অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় বাণিজ্য সংগ্ৰহালয়

ভাৰতীয় বাণিজ্য সংগ্ৰহালয় (Indian Business Museum) ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড় চহৰত অৱস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কোঝিকোড় (IIM Kozhikode) চৌহদত অৱস্থিত। এই সংগ্ৰহালয়টো ২০১৩ চনত মুকলি কৰা হৈছিল।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় বাণিজ্য সংগ্ৰহালয় (Indian Business Museum) ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড় চহৰত অৱস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কোঝিকোড় (IIM Kozhikode) চৌহদত অৱস্থিত।১২৩ এই সংগ্ৰহালয়টো ২০১৩ চনত মুকলি কৰা হৈছিল।৪ ভাৰতৰ বাণিজ্যিক তথা ব্যৱসায়িক ইতিহাস সংগ্ৰহ, একত্ৰিত আৰু সংৰক্ষণ কৰাই এই সংগ্ৰহালয়টোৰ মূল উদ্দেশ্য।

পটভূমি

তদানীন্তন কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী পালম ৰাজুৱে ২০১৩ চনত এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। টাটা, গডৰেজ]], ৰিলায়েন্স, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নফ’চিচকে ধৰি বহুতো আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানে সংগ্ৰহালয়টোৰ ভিতৰত নিজা নিজা পেভিলিয়ন স্থাপন কৰিছে।৫৬ প্ৰায় 23,000 sqft স্থানজুৰি বিস্তৃত এই সংগ্ৰহালয়টোত মালাবাৰ চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা প্ৰযোজিত এটা মালাবাৰ পেভিলিয়নো আছে।

তথ্যসূত্ৰ

  1. ↑ IIMK- Library & Information Centre. library.iimk.ac.in
  2. ↑ Loading... ://avathi.com
  3. ↑ Indian Business Museum, Kozhikode - Timings · How to Reach. ://holidify.com
  4. ↑ Bureau. (23 March 2013). Museum of Indian business opened at IIM-Kozhikode. Hindu Business Line
  5. ↑ Hemali. (25 March 2013). First business museum of India opened. Times of India
  6. ↑ Abdul. (14 November 2011). Museum of Business History. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বাণিজ্য সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৩৪০৩ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।