অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাৰতীয় চিন্তা

ভাৰতীয় চিন্তা অসমৰ এগৰাকী লেখক-সাহিত্যিক, জীৱনীকাৰ শিৱনাথ বৰ্মনৰ ভাৰতীয় ঐতিহ্য বিষয়ক এখন প্ৰৱন্ধমূলক গ্ৰন্থ। এই কিতাপখন ২০১৩ ত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে। কিতাপখনত মুঠ ২৬১টা পৃষ্ঠা আছে।

হালনাগাদ: ৮ জানুৱাৰী ২০২৬ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় চিন্তা অসমৰ এগৰাকী লেখক-সাহিত্যিক, জীৱনীকাৰ শিৱনাথ বৰ্মনৰ ভাৰতীয় ঐতিহ্য বিষয়ক এখন প্ৰৱন্ধমূলক গ্ৰন্থ। এই কিতাপখন ২০১৩ ত অসম পাব্লিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে। কিতাপখনত১ মুঠ ২৬১টা পৃষ্ঠা আছে।

লেখক পৰিচিতি

মূল প্ৰবন্ধ: শিৱনাথ বৰ্মন

শিৱনাথ বৰ্মন একাধাৰে এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক।২ তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। ৩ ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়। ৪২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।৫

বিষয়বস্তু

ভাৰতীয় ঐতিহ্য বিষয়ক সম্যক জ্ঞান দিয়া এখন প্ৰৱন্ধমূলক গ্ৰন্থ।

তথ্যসূত্ৰ

  1. ↑ শিৱনাথ বৰ্মন. (২০১৩, ডিচেম্বৰ). ভাৰতীয় চিন্তা. অসম পাবলিচিং কোম্পানি. পৃ. ২৬১
  2. ↑ পৰমানন্দ মজুমদাৰ. (২০১৭). শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ. বিপঞ্চিতা প্ৰকাশন
  3. ↑ Janasadharan Assamese Newspaper
  4. ↑ আৰ্কাইভ কপি
  5. ↑ (৩১ জানুৱাৰী, ২০২২). বিশিষ্ট শিক্ষাবিদ ড° শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটাৰ সন্মান. www.etvbharat.com/

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় চিন্তা” প্ৰবন্ধৰ সংশোধন ৫৬৮৫৩৩ (৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।