অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভানগড়

ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।১২

প্লটৰ ৰূপৰেখা

ছয়জনীয়া এদল বন্ধুৰ দলে ভনগড় দুৰ্গ দৰ্শন কৰে৷ দুৰ্গটো ভ্ৰমণ কৰি থাকোতে ভুলবশতঃ দুৰ্গৰ কঠোৰ নিষিদ্ধ আৰু ভূতুনী অঞ্চলত প্ৰৱেশ কৰি আবদ্ধ হৈ পৰে।৩

অভিনয়

  • শক্তিৰ চৰিত্ৰত আদিল চৌধুৰী
  • ৰহীৰ চৰিত্ৰত চুজানা মুখাৰ্জী
  • টম অলটাৰ
  • দীপকৰ চৰিত্ৰত পুনীত
  • জাজৰ চৰিত্ৰত অনীত কৌৰ চেখন
  • পিয়াৰ চৰিত্ৰত ডেবনিটা ছুৰ
  • গোল্ডিৰ চৰিত্ৰত হেৰী টাংগিৰি

তথ্যসূত্ৰ

  1. ↑ IANS. (৪ জুন ২০১৪). 'Bhaangarh' set to spook audiences. হিন্দুস্তান টাইমছ
  2. ↑ Ali Hassan. (১৩ জন ২০১৫). Bhaangarh Trailer, Posters and all you need to know!. Tajveez News
  3. ↑ Sahil Saini. (29 August 2014). Bhaangarh Movie Wiki, Starcast, Release Date, Story line, Trailer. Bollywood Gang

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰচলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানগড়” প্ৰবন্ধৰ সংশোধন ৪৮৬৮৮৫ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।