অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাণ্ডিন

ভাণ্ডিন মিথিলা ৰাজ্যৰ ৰজা জনকৰ দৰবাৰত ৰাজকীয় আচাৰ্য আছিল। কিছুমান নথি-পত্ৰত তেওঁৰ নাম ভাণ্ডী বা বাণ্ডি বুলি লিখা আছে। তেওঁ এজন জ্ঞানী পণ্ডিত আছিল, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত অনুষ্ঠিত হোৱা শাস্ত্ৰ বিতৰ্কত বহু বৈদিক পণ্ডিতক পৰাস্ত কৰিছিল।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাণ্ডিন মিথিলা ৰাজ্যৰ ৰজা জনকৰ দৰবাৰত ৰাজকীয় আচাৰ্য আছিল।১ কিছুমান নথি-পত্ৰত তেওঁৰ নাম ভাণ্ডী বা বাণ্ডি বুলি লিখা আছে।২ তেওঁ এজন জ্ঞানী পণ্ডিত আছিল, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত অনুষ্ঠিত হোৱা শাস্ত্ৰ বিতৰ্কত বহু বৈদিক পণ্ডিতক পৰাস্ত কৰিছিল।৩৪ কিন্তু পিছলৈ তেওঁ ভাৰতীয় মহান দাৰ্শনিক অষ্টবক্ৰৰ হাতত পৰাজিত হয়।৫৬

প্ৰাথমিক জীৱন

কিংবদন্তি অনুসৰি আচাৰ্য ভাণ্ডিন ভগৱান বৰুণৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মৰ পৰম্পৰাত ভগৱান বৰুণক পানীৰ দেৱতা বুলি বিশ্বাস কৰা হয়।

বিৱৰণ

মহাভাৰত গ্ৰন্থত আচাৰ্য ভাণ্ডিনৰ পৰিচয় ৩ নং গ্ৰন্থৰ ১৩২ অধ্যায়ত বন পৰ্ব বুলি কোৱা হৈছে। এই অধ্যায়ত লোমশ ঋষিয়ে পাণ্ডৱসকলক তেওঁলোকৰ ৰাজ্যৰপৰা নিৰ্বাসিত হৈ থকাৰ সময়ত অষ্টবক্ৰ আৰু আচাৰ্য ভাণ্ডিনৰ কিংবদন্তি বৰ্ণনা কৰিছে।৭

তথ্যসূত্ৰ

  1. ↑ Mukerjee, Radhakamal. (2000). Aṣṭāvakragītā (the Song of the Self Supreme): The Classical Text of Ātmādvaita by Aṣṭāvakra. Motilal Banarsidass Publ. ISBN 978-81-208-1367-0
  2. ↑ (July 2012). The Mahabharata: Sections 33 to 44. Penguin Books India. ISBN 978-0-14-310015-7
  3. ↑ (2006). Sākshātkāra. Ma. Pra. Śāsana Sāhitya Parishad. পৃ. 192
  4. ↑ Mazumdar, Subash. (1988). Who is who in the Mahabharata. Bharatiya Vidya Bhavan. পৃ. 26, 38, 137
  5. ↑ Tripathi, Rampratap. (1959). Purāṇoṃ kī amara kahānīyām̐. Sāhitya Bhavana. পৃ. 175
  6. ↑ Śukla, Amaranātha. (1997). Bhāratīya saṃskr̥ti kathā kośa. Śubhakāmanā. পৃ. 40
  7. ↑ www.wisdomlib.org. (2012-12-09). Section CXXXII (Mahabharata, English). www.wisdomlib.org

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাণ্ডিন” প্ৰবন্ধৰ সংশোধন ৫৩৯৭৩৫ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।