অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভবেন্দ্ৰ নাথ ভৰালী

ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল। ১ ২ ৩ ৪

তথ্যসূত্ৰ

  1. ↑ My Neta
  2. ↑ Sitting and previous MLAs from Chapaguri Assembly Constituency
  3. ↑ AGP Comes Out With First List Of Candidates For Assam Polls
  4. ↑ Assembly Election 2016: Which candidates lost big time this poll season

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভবেন্দ্ৰ নাথ ভৰালী” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৭০ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।