অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বৰমা মহাবিদ্যালয়

বৰমা মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।

হালনাগাদ: ২৭ জুলাই ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

বৰমা মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।১২

শৈক্ষিক বিষয়

উচ্চতৰ মাধ্যমিক

বিজ্ঞান শাখা, কলা শাখা

বিজ্ঞান শাখাত স্নাতক বিষয়

  1. পদাৰ্থ বিজ্ঞান
  2. ৰসায়ন বিজ্ঞান
  3. গণিত
  4. প্ৰাণীবিজ্ঞান
  5. উদ্ভিদবিজ্ঞান

কলা শাখাত স্নাতক বিষয়

  1. বড়ো ভাষা
  2. অসমীয়া ভাষা
  3. ইংৰাজী ভাষা
  4. দৰ্শন
  5. অৰ্থনীতি
  6. ইতিহাস
  7. ৰাজনীতি বিজ্ঞান

স্নাতকোত্তৰ বিষয়(দূৰ শিক্ষা)

  1. অসমীয়া
  2. বড়ো
  3. ইংৰাজী
  4. ইতিহাস
  5. অৰ্থনীতি
  6. দৰ্শন
  7. গণিত
  8. বাণিজ্য

স্বীকৃতি

২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ(NAAC) ৰ দ্বাৰা বি+ গ্ৰেড প্ৰদান কৰা হৈছে।৩ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে॥৪

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Gauhati University
  2. ↑ Provincialised colleges affiliated to Gauhati University. Directorate of Higher Education
  3. ↑ CCycle212155. National Assessment & Accreditation Council
  4. ↑ Colleges in Assam. University Grants Commission

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰমা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২৮০৭৪ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।