অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম (Brajendra Kumar Brahma); এজন প্ৰসিদ্ধ লেখক। তেওঁ মূলতঃ বড়ো ভাষাত পুথি ৰচনা কৰে। তেওঁ ২০১৫ চনত বাইদি ডেনখো বায়দি গাব নামৰ এটা কবিতা সংকলন সম্পাদনা কৰে। তেওঁক বাইদি ডেনখো বায়দি গাব নামৰ কবিতা সংকলনটো ৰচনা কৰাৰ বাবে বড়ো সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।

হালনাগাদ: ২১ নৱেম্বৰ ২০২৪ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম (Brajendra Kumar Brahma); এজন প্ৰসিদ্ধ লেখক। তেওঁ মূলতঃ বড়ো ভাষাত পুথি ৰচনা কৰে। তেওঁ ২০১৫ চনত বাইদি ডেনখো বায়দি গাব নামৰ এটা কবিতা সংকলন সম্পাদনা কৰে। তেওঁক বাইদি ডেনখো বায়দি গাব নামৰ কবিতা সংকলনটো ৰচনা কৰাৰ বাবে বড়ো সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।১২৩৪

তথ্যসূত্ৰ

  1. ↑ Akademi award for Bodo writer. The Telegraph
  2. ↑ akademi award. Sahitya Akademi
  3. ↑ (18 December 2015). I will continue my writing: Brajendra Kumar Brahma. Assam Times
  4. ↑ Tribune India. More of a poet than a typical politician

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৪৪৬৭৬৩ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।