অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বৈষ্ণৱ সাহিত্য

মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে, তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে…

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৩ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে, তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে সাহিত্যক বৈষ্ণৱ সাহিত্য বোলে।

এই সাহিত্যৰ আৰম্ভণি মহেন্দ্ৰ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ৰামানন্দ ইত্যাদি মহাপুৰুষ সকলৰ পৰা আদি কৰি ৰামকান্ত মুক্তিয়াৰ আতা লৈকে যি সকলে বৈষ্ণৱ ধৰ্মৰ আধাৰত ভক্তিমূলক ভাবে কৰা সকলো ৰচনা বৈষ্ণৱ সাহিত্যৰ অন্তৰ্গত।

বৈষ্ণৱ সাহিত্যৰ ৰচনাসমূহ:- কীৰ্তন-ঘোষা, নৱম, দশম, গুণমালা, ভাগৱত, পুৰাণ, বেদ ইত্যাদি।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যভক্তি আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈষ্ণৱ সাহিত্য” প্ৰবন্ধৰ সংশোধন ৩৯৬৪৯৫ (১১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।