অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বেল

বেল (Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বেল (Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।

ভাৰতত এবিধ পকা বেলৰ ফল
ভাৰতত এবিধ পকা বেলৰ ফলছবি: J.M.Garg · CC BY-SA 3.0
বেলৰ ফল
বেলৰ ফলছবি: Asit K. Ghosh Thaumaturgist · CC BY-SA 3.0

আকাৰ

বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল। কেঁচা অৱস্থাত সেউজীয়া বৰণৰ হয় আৰু পকিলে হালধীয়া বৰণ ধৰে। গছজোপা জোপোহা আৰু কিছু ওখ হয়।

খাদ্যপ্ৰাণ

প্ৰতি ১০০ গ্ৰামৰ খাদ্যগুণ:<ref name="গ্ৰন্থ ১"১

পানী৬৯.৫ গ্ৰাম
মাংসসাৰ৭.৩ গ্ৰাম
চৰ্বী০.৬ গ্ৰাম
আঁহ৫.২ গ্ৰাম
শৰ্কৰা১৫.৫ গ্ৰাম
কেলছিয়াম০.১১ গ্ৰাম
ফছফৰাছ০.১৩ গ্ৰাম
লৌহ পদাৰ্থ০.৬ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'খ'০.৮ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'গ'৩মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'ক'৬১ মাইক্ৰগ্ৰাম
শক্তি (কেলৰি)৯৭ কেল

ঔষধি গুণ

  • বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি। ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে।
  • Peptic Ulcer, Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে।
  • পায়খানা খোলোচা ৰাখে।
  • বেল পাতৰ ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি।
  • আধা পকা বেল গ্ৰহণী বা পুৰণা (cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ।

স্থানীয় নাম

  • দক্ষিণ-পূব এছিয়া
    • ဥသျှစ် /ou' shi'/ or /oʊʔ ʃiʔ/
    • Maja
    • ព្នៅ /pnɨv/
    • ໝາກຕູມ /mȁːk tuːm/
    • pokok maja batu (tree)
    • มะตูม /matuum/ (tree: ต้นมะตูม /ton matuum/; fruit ลูกมะตูม luug matuum)
  • ভাৰত
    • বেল
    • बेल (Sirphal)
    • બીલી
    • (Bael)بیل, (Sirphal) سری پھل
    • ବେଲ Baela
    • ಬೇಲದ ಹಣ್ಣು (edible variety)
    • bilva (sacred variety)
    • gorakamli
    • കൂവളം (koo-valam)
    • बेल বা कवीठ (Kaveeth)
    • Beel
    • बिल्व
    • ڪاٺ گدرو
    • බෙලි (Beli)
    • வில்வம் (Vilvam)
    • మారేడు (maredu)

তথ্যসূত্ৰ

  1. ↑ ডা:চাহজাহান বৰবৰা. (২০০৬). অসমীয়া ফল. বিজ্ঞান জেউতি. পৃ. পৃষ্ঠা ২১-২২

সম্পৰ্কিত শ্ৰেণী

বৃক্ষফলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেল” প্ৰবন্ধৰ সংশোধন ৫৪০৯১৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।