অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব ডাক দিৱস

বিশ্ব ডাক দিৱস (World Post day) প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ (Universal Postal Union) জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব ডাক দিৱস (World Post day) প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ (Universal Postal Union) জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়। বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডাক বিভাগৰ এক গোলকীয় বিপ্লৱৰ সূচনা কৰে। ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই সন্থাৰ মূল উদ্দেশ্য।

ইতিহাস

১৯৬৯ চনৰ জাপানৰ টকিঅ চহৰত অনুষ্ঠিত বিশ্ব ডাক সন্থা কংগ্ৰেছে ৯ অক্টোবৰক বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে। তেতিয়াৰ পৰা ডাক সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়।১

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ About World Post Day. United Postal Union

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ডাক দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১২০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।