বিটিএছ (কোৰীয় ভাষা:방탄소년단; উচ্চাৰণ: বাংতান সোণিয়োন্দান) হৈছে ৭ জনীয়া দক্ষিণ কোৰিয়াৰ বয় বেণ্ড।১ ৭ জনীয়া বেণ্ডটোৱে ২০১০ চনত বিগহিট মিউজিকৰ অধীনত ট্ৰেইনী আৰু ২০১৩ চনত ২ কুল ৪ স্কুলৰ অধীনত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে। যদিও তেওঁলোক মূলতঃ হিপ হপ সংগীত গোট, তেওঁলোকৰ গীতত বিভিন্ন ধৰণৰ সংগীত শৈলী প্ৰকাশ পায়।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিটিএছ” প্ৰবন্ধৰ সংশোধন ৩৭০৭১৭ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।