বিগ্ৰহ স্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ দ্বিতীয় জন ৰজা৷ ১ পিতৃ শালস্তম্ভ ৰজাৰ মৃত্যুৰ পিছত তেওঁ আৰু উত্তৰাধিকাৰী কুমাৰসকলে ৬৭৫ খ্ৰীষ্টাব্দৰ পৰা ৭২৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷
উল্লেখযোগ্য কাম
ইতিহাসত বিগ্ৰহ স্তম্ভৰ ৰাজত্বকালত ঘটা কোনো গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ পোৱা নাযায়৷১
তথ্যসূত্ৰ
- ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৫৭-৫৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিগ্ৰহ স্তম্ভ” প্ৰবন্ধৰ সংশোধন ২০১৮৯০ (১৪ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।