বল বৰ্মন আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ ৰাজবংশৰ চতুৰ্থজন ৰজা।১ বলবৰ্মন হৰ্ষদেৱৰ পুত্ৰ।
উল্লেখযোগ্য কাম
বলবৰ্মন যুদ্ধপ্ৰিয় শাসক আছিল বুলি জনা যায়। তেওঁ শালস্তম্ভ বংশৰ হেৰোৱা যশস্যা পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল।১
তথ্যসূত্ৰ
- ↑ ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬০-৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বল বৰ্মন” প্ৰবন্ধৰ সংশোধন ২৩৭৮১৩ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।