বাছকা ডিগ্ৰী মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৮৭ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ বাক্সা জিলা জিলাৰ বাগানপাৰাত স্থাপন কৰা হৈছে।১২
বিভাগসমূহ
কলা
- অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
- বড়ো জনগোষ্ঠী
- ইংৰাজী ভাষা
- হিন্দী ভাষা
- অৰ্থনীতি
- শিক্ষা
- নৃতত্ত্ব
- ৰাজনীতি বিজ্ঞান
- ভূগোল
তথ্যসূত্ৰ
- ↑ Affiliated College of bodoland University
- ↑ Baska degree College. Shiksha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাছকা ডিগ্ৰী মহাবিদ্যালয় বাগানপাৰা” প্ৰবন্ধৰ সংশোধন ৬১৮২০১ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।