পৰিচয়
অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞানসম্পন্ন প্ৰাধ্যাপক, সাহিত্যিক বসন্ত কুমাৰ শৰ্মা ৰ সমগ্ৰ ৰচনাৰাজিক সামৰি বসন্ত কুমাৰ ৰচনাৱলী প্ৰকাশ পাইছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকাশিত খণ্ডৰ সংখ্যা দুটা। দুয়োটা খণ্ডতে তেখেতৰ পাশ্চাত্য সাহিত্য সম্পৰ্কীয় ৰচনাৰাজি সন্নিৱিষ্ট হৈছে।১ ড০ অজিৎ শইকীয়াৰ সম্পাদনাত সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা দুয়োটা খণ্ডৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় আগষ্ট ২০২১ত।
প্ৰথম খণ্ড
# ৰোমান্টিক কবিৰ কাব্যবিচাৰ
প্ৰথম অধ্যায়
- ওৱাৰ্ডছ্ওৱাৰ্থৰ মতে কবিতাৰ স্বৰূপ আৰু কবিৰ প্ৰকৃতি
দ্বিতীয় অধ্যায়
- 'বায়োগ্ৰাফিয়া লিটাৰেৰিয়া' আৰু কোলেৰিজৰ কাব্যবিচাৰ
তৃতীয় অধ্যায়
- শ্যেলীৰ কাব্যতত্ত্বঃ এটি বিশ্লেষণ
চতুৰ্থ অধ্যায়
- কীট্ছৰ দৃষ্টিত কবিতা
# গ্ৰীক ট্ৰেজেডী আৰু চফ'ক্লিজ
প্ৰথম অধ্যায়
- গ্ৰীক ট্ৰেজেডীঃ এটি পৰিচয়
দ্বিতীয় অধ্যায়
- নাট্যকাৰ চফ'ক্লিজ
তৃতীয় অধ্যায়
- ৰজা ইডিপাছঃ এটি চমু আলোচনা
# পাশ্চাত্য সাহিত্যঃ কবিতা
- ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-সম্ভাৰ আৰু ইয়াৰ ৰূপ-বৈচিত্ৰ্য
- ওৱাৰ্ডছ্ওৱাৰ্থৰ কাব্য-জীৱনৰ বিভাগ
- ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাত বিবিধ প্ৰভাৱ
- ওৱাৰ্ডছ্ওৱাৰ্থৰ কবিতাৰ কেইটিমান প্ৰাসংগিক দিশ
- ওৱাৰ্ডছ্ওৱাৰ্থৰ লুচী কবিতাপুঞ্জ (Lucy Poems)
- ওৱাৰ্ডছ্ওৱাৰ্থৰ দুটি প্ৰখ্যাত কবিতা
দ্বিতীয় খণ্ড
তথ্যসূত্ৰ
তথ্যসূত্ৰ
- ↑ বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড০ অজিত শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
- ↑ বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী,প্ৰথম আৰু দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ আগষ্ট,২০২১ সম্পাٜ ড০ অজিৎ শইকীয়া, প্ৰকাশক সুহৃদ-প্ৰাক্তন বিদ্যাৰ্থী গোট অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী” প্ৰবন্ধৰ সংশোধন ৩৭৬১২৬ (২৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।