অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰজানা বাৰী

ফাৰজানা বাৰী (Farzana Bari,জন্ম-৭ মাৰ্চ ১৯৫৭) এগৰাকী পাকিস্তানী নাৰীবাদী, মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ যিয়ে ইছলামবাদ পাকিস্তানৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন বিভাগৰ পৰিচালক হিচাপে কাম কৰিছিল।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফাৰজানা বাৰী (Farzana Bari,জন্ম-৭ মাৰ্চ ১৯৫৭) এগৰাকী পাকিস্তানী নাৰীবাদী, মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ যিয়ে ইছলামবাদ পাকিস্তানৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন বিভাগৰ পৰিচালক হিচাপে কাম কৰিছিল।১২৩

নাৰীবাদ/মানৱ অধিকাৰ সক্ৰিয়তা

ফাৰজানা বাৰী হৈছে মানৱ অধিকাৰ কৰ্মী যিয়ে পাকিস্তানত ন্যায় আৰু লিংগ সমতাক প্ৰসাৰিত কৰে।৪৫ তেওঁ পুৰুষ প্ৰধান জিৰগা ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু পাকিস্তানত মহিলাৰ অধিকাৰৰ সম্পৰ্কে শিথিল ইছলামিক নিয়মৰ সপক্ষে অনুৰোধ কৰে।৬.৭৮

ৰাজনীতি

বাৰীয়ে আৱামী ৱৰ্কাৰছ পাৰ্টিৰ জ্যেষ্ঠ নেতা আৰু উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনত AWP গঠন হোৱাৰ পিছৰে পৰা তেওঁ যোগদান কৰে।৯১০১১১২১২-১৩ মাৰ্চত লাহোৰত অনুষ্ঠিত হোৱা দলৰ তৃতীয় কেন্দ্ৰীয় কংগ্ৰেছত তেওঁ মহিলা সম্পাদিকা এ ডব্লিউ পি হিচাপে নিৰ্বাচিত হয়।১৩

তথ্যসূত্ৰ

  1. ↑ Dawn.com, Naveed Siddiqui. (21 October 2016). Kohistan video case: Girls declared alive by SC had actually been killed, says Bari. DAWN.COM
  2. ↑ (7 July 2013). Discrimination: For women in rural areas, healthcare not a basic right. The Express Tribune
  3. ↑ Welle (www.dw.com), Deutsche. (9 November 2011). Young Pakistani girls learn to speak up for their rights. DW.COM. DW
  4. ↑ Pakistan Liberation Movement interview with Dr. Farzana Bari. Vimeo
  5. ↑ (16 February 2020). WDF pays tribute to women who stood up against dictatorship. The Nation
  6. ↑ Blind justice: Reforms can make jirgas more representative, Tribune.com.pk, 27 February 2014
  7. ↑ Pakistan clerics say women don't need to cover up, Enca.com, 20 October 2015
  8. ↑ (14 March 2014). Decree controversy: Civil society activists seek abolition of CII. The Express Tribune
  9. ↑ (11 November 2012). Awami Workers Party: Interim leaders elected for new left party. The Express Tribune
  10. ↑ (28 September 2014). The Left way: AWP vows to struggle for 'real' change, egalitarian society. The Express Tribune
  11. ↑ Legitimising Misogyny. Newsline
  12. ↑ (17 June 2016). Court upholds life sentence for Baba Jan. The Friday Times
  13. ↑ Reporter, The Newspaper's Staff. (14 March 2022). AWP vows to strive for socialist society. DAWN.COM

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীমানৱ অধিকাৰ কৰ্মীনাৰীবাদীশিক্ষাবিদপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰজানা বাৰী” প্ৰবন্ধৰ সংশোধন ৫৭২২৯৮ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।