প্ৰিয়া পুনিয়া (জন্ম ৬ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ।১২২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় মহিলা ক্ৰিকেট দলত ২০১৮–১৯ চনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা ক্ৰিকেট শৃংখলাত তেওঁৰ অভিষেক ঘটে। ৩আৰু ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। ৪
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ মহিলা একদিনীয়া আন্তঃৰাষ্ট্ৰীয় দলত তেওঁলোকৰ ছিৰিজৰ বাবে( ২০১৯–২০) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলত স্থান লাভ কৰে।৫ ২০১৯ চনৰ ৯ অক্টোবৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটৰ মূল একাদশত স্থান লাভ কৰে। ৬
২০২১ চনৰ মে' মাহত ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে খেলৰ বাবে ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেট দলতো তেওঁক অন্তৰ্ভুক্ত কৰা হয়।৭৮
২০২৩ চনৰ ৯ জুলাইৰ পৰা আৰম্ভ হোৱা টি-২০ মেচত বিচিচিআইয়ে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা কৰে, আৰু সেই দলত প্ৰিয়া পুনিয়াকো নিৰ্বাচিত কৰে। ৯১০১১
তথ্যসূত্ৰ
- ↑ Priya Punia. ESPNcricinfo
- ↑ India's potential Test debutantes: Where were they in November 2014?. Women's CricZone
- ↑ Veda Krishnamurthy dropped, Priya Punia called up for New Zealand tour. ESPNcricinfo
- ↑ 1st T20I (D/N), India Women tour of New Zealand at Wellington, Feb 6 2019. ESPNcricinfo
- ↑ Fifteen-year-old Shafali Verma gets maiden India call-up. ESPNcricinfo
- ↑ 1st ODI, South Africa Women tour of India at Vadodara, Oct 9 2019. ESPNcricinfo
- ↑ India's Senior Women squad for the only Test match, ODI & T20I series against England announced. Board of Control for Cricket in India
- ↑ (18 May 2021). India player Priya Punia loses mother to Covid-19. Mandakini Shalya. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (4 July 2023). राजस्थान की बेटी प्रिया का हुआ टीम इंडिया में सिलेक्शन:बांग्लादेश के साथ होने वाली वनडे सीरीज में खेलेगी पूनिया. Bhaskar
- ↑ BCCI Names Women's Team for Bangladesh Tour: Priya Punia Returns, Renuka Singh, Richa Ghosh Left Out - News18. www.news18.com
- ↑ Today, Sangri. (2023-07-05). Priya Punia's Father's Sacrifice Shows That Anything is Possible with Hard Work and Determination. Sangri Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া পুনিয়া” প্ৰবন্ধৰ সংশোধন ৫৭০০৯৮ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।