অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰশান্ত ৰাজগুৰু

প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত। পূৰ্বতে তেওঁ আমাৰ অসম কাকতৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত।১ পূৰ্বতে তেওঁ আমাৰ অসম কাকতৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

প্ৰকাশিত গ্ৰন্থ

  • সাগৰ হেৰোৱাৰ দুখ২

বঁটা

প্ৰশান্ত ৰাজগুৰুলৈ গুৱাহাটী প্ৰেছ ক্লাবে ২০২২ চনৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়ায়। পৰাগ কুমাৰ দাসৰ ২৬তম মৃত্যু বাৰ্ষিকীত তেওঁক এই বঁটা প্ৰদান কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Editor Card Holder Name & Address. DIPR Assam. Directorate of Information & Public Relations, Assam
  2. ↑ (2025-01-11). Prashant Rajguru’s ‘Sagar Herowar Dukh’ unveiled. Dainandinbartagroup
  3. ↑ News Desk. (2022-05-17). Senior Journalist Prasanta Rajguru Bestowed Parag Kumar Das Journalism Award. Pratidin Time

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত ৰাজগুৰু” প্ৰবন্ধৰ সংশোধন ৫৩০৩৫৫ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।