অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমোদ খৰেল

প্ৰমোদ খৰেল (प्रमोद खरेल; জন্ম ৬ নৱেম্বৰ ১৯৭৯) নেপালী সংগীত জগতৰ এগৰাকী বহুমুখী গায়ক। তেওঁ ২০০০ৰো অধিক বিভিন্ন ধৰণৰ গীত ৰেকৰ্ডিং কৰিছে। তেওঁ ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে "ভয়েচ অৱ নেপাল"ৰ ছিজন ১-ৰ পৰা ছিজন ৫-লৈকে প্ৰশিক্ষক হিচাপে কাম কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

প্ৰমোদ খৰেল (प्रमोद खरेल; জন্ম ৬ নৱেম্বৰ ১৯৭৯)১ নেপালী ভাষা সংগীত জগতৰ এগৰাকী বহুমুখী গায়ক।২৩ তেওঁ ২০০০ৰো অধিক বিভিন্ন ধৰণৰ গীত ৰেকৰ্ডিং কৰিছে।৪৫৬৭৮৯১০১১১২ তেওঁ ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে "ভয়েচ অৱ নেপাল"ৰ ছিজন ১-ৰ পৰা ছিজন ৫-লৈকে প্ৰশিক্ষক হিচাপে কাম কৰিছে। লগতে তেওঁ "দ্য ভয়েছ কিডছ নেপাল” ছিজন ১, ২ আৰু ৩-ৰো প্ৰশিক্ষক আছিল।১৩১৪

ব্যক্তিগত জীৱন

২০০৩ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা খৰেলে জেভিয়াৰ ইণ্টাৰনেশ্যনেল এইচ এছ এছ এণ্ড কলেজ, পিৰামিড কলেজ আৰু হোৱাইট গোল্ড কলেজত প্ৰবক্তা হিচাপেও কাম কৰিছিল।১৫১৬১৭১৮

ডিস্কোগ্ৰাফী

  • প্ৰাপ্তি
  • প্ৰণয়১৯২০
  • প্ৰবেগ

বঁটা আৰু মনোনয়ন

  • ২০০৯ চনৰ কালিকা শ্ৰেষ্ঠ কণ্ঠশিল্পী
  • ২০১০ চনৰ চিনলতা কণ্ঠশিল্পী
  • ২০১০ চনৰ অন্নপূৰ্ণা গজল কণ্ঠশিল্পী
  • ২০১১ চনৰ অন্নপূৰ্ণা কণ্ঠশিল্পী
  • ২০১২ চনৰ কালিকা শ্ৰেষ্ঠ কণ্ঠশিল্পী
  • ভইচ অৱ নেপাল ছিজন ২ আৰু ছিজন ৩ৰ বিজয়ী প্ৰশিক্ষক
  • ভইচ অৱ কিডছ নেপাল ছিজন ১ আৰু ছিজন ২ৰ বিজয়ী প্ৰশিক্ষক
  • এলবাম অৱ দ্য ইয়াৰ (প্ৰণয়) ২০১০
  • শীৰ্ষ ১০ কালিকা শ্ৰেষ্ঠ গজল (খাই জাল মা) ২০১০
  • ২০০৩ চনৰ ৰেডিঅ' নেপালৰ শীৰ্ষ দহ কণ্ঠশিল্পী বঁটা২১২২২৩২৪
  • বিজয়ী হিট এফ এম সংগীত বঁটা: শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী২৫
  • বিজয়ী সাগৰমাথা সংগীত বঁটা: শ্ৰেষ্ঠ আধুনিক কণ্ঠশিল্পী২৬
  • মনোনীত কালিকা সংগীত বঁটা: শ্ৰেষ্ঠ পপ কণ্ঠশিল্পী২৭
  • বিজয়ী বিন্দাবাশিনী সংগীত বঁটা: শ্ৰেষ্ঠ পুৰুষ পপ কণ্ঠশিল্পী২৮

তথ্যসূত্ৰ

  1. ↑ डाक्टर बन्न आएका प्रमोदलाई एफएमले गायक बनायो. Online Khabar
  2. ↑ Pant, Shashwat. (September 10, 2021). Pramod Kharel: Ditching a dream to dedicate life to music-and singing forever. OnlineKhabar
  3. ↑ Musical event to honour the contributions of Shambhujeet Baskota. My Republica
  4. ↑ 'आजको डायरी'मा प्रमोद खरेलः 'सुजता बचाउँ अभियानमा व्यस्त, २ गीत रेकडिङ'. Online Khabar
  5. ↑ प्रमोदको प्रयासमा बन्यो विद्यालय, भने-'विद्यार्थीहरु हाँसेको देख्दा खुशी लाग्छ'. Online Khabar
  6. ↑ प्रमोदको भजन संग्रह 'ज्ञान सुधा' सार्वजनिक. Online Khabar
  7. ↑ Pramod Kharel. radiokantipur.ekantipur.com
  8. ↑ PRAMOD KHAREL. Surya International Awards 2018
  9. ↑ Words from Pramod Kharel, coach of The Voice of Nepal · Wave Magazine
  10. ↑ (29 May 2018). एउटै मैदानमा भिड्ने भए प्रमोद खरेल र शिव परियार. Gazzabko Online
  11. ↑ पृथ्वी गोलो छ भन्दै आए प्रमोद खरेल. www.himalayakhabar.com
  12. ↑ प्रमोद खरेल भन्दैछन् मै मोरो सोझो, थाहा भएन हेर्नु हुन्न बैंस नानीको।. Music Sansar Nepal Pvt.Ltd.
  13. ↑ The Voice to come to Nepal. kathmandupost.ekantipur.com
  14. ↑ Coach Pramod Kharel speaks about 'The Voice of Nepal'. OSNepal.com:: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News
  15. ↑ (25 December 2017). प्रमोद खरेल र अनिता चलाउनेको स्वरमा देउडा गीत. रिपोर्टर्स नेपाल
  16. ↑ किन बाँचेका रहेछन् त प्रमोद खरेल?. Lokaantar
  17. ↑ प्रमोद खरेल किन भन्दैछन् तिनिन उनैले
  18. ↑ (24 March 2018). गायक प्रमोद खरेल डिपिएलको गुडविल एम्बासेडर. WicketNepal
  19. ↑ CS: CyberSansar.com - The Wait Over For 'Pranaya'. www.cybersansar.com
  20. ↑ सञ्चारमन्त्री बाँस्कोटाद्वारा 'प्रणय' र 'अतिरिक्त'को विमोचन. www.gorkhapatraonline.com
  21. ↑ प्रमोद खरेलको 'दन्तैमा…'. Nagarik News
  22. ↑ पीडामा मल्हम बन्दै गायक प्रमोद खरेल. पीडामा मल्हम बन्दै गायक प्रमोद खरेल
  23. ↑ प्रमोद खरेल. nari.ekantipur.com
  24. ↑ प्रमोद खरेल स्टेजमा धरधरी रोएपछि…(भिडियोसहित). KathmanduToday.com
  25. ↑ HMA - Winners 2073 · Hits FM 91.2 · Welcome. Hits FM 91.2 · Hits You Where It Matters !!!
  26. ↑ सरगरमाथा म्युजिक अवार्डः उत्कृष्ठ आधुनिक गायक प्रमोद खरेल, गायिका मल्लिका कार्की. बाह्रखरी
  27. ↑ कालिका म्युजिक अवार्डको मनोनयन. www.kantipurdaily.com
  28. ↑ विन्ध्यवासिनी म्युजिक अवार्डमा कुन विधामा को भए पुरस्कृत?. Thaha Khabar

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিনেপালৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমোদ খৰেল” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৮২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।