অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভা মল্লিকাৰ্জুন

প্ৰভা মল্লিকাৰ্জুন (Prava Mallikarjun; জন্ম: ১৫ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৮ নং লোকসভাত দৱনাগেৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য৷

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

প্ৰভা মল্লিকাৰ্জুন (Prava Mallikarjun; জন্ম: ১৫ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৮ নং লোকসভাত দৱনাগেৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য৷ ১২৩

প্ৰাৰম্ভিক জীৱন আৰু নেপথ্য

অৰ্হতাৰ ফালৰ পৰা প্ৰভা মল্লিকাৰ্জুন এগৰাকী দন্ত চিকিৎসক আৰু স্বাস্থ্যসেৱাৰ সক্ৰিয় কৰ্মী। তেওঁ ১৯৯৮ চনত ডিগ্ৰী লাভ কৰিছিল৷৪৫

ৰাজনৈতিক জীৱন

২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দভানাগেৰে আসন লাভ কৰে।৬ বিজেপিৰ গায়িত্ৰী সিদ্ধেশ্বৰক ২৬,০৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।১২

বাপুজী এডুকেচনেল এছ'চিয়েচন, দাভানাগেৰেৰ ব'ৰ্ডৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৭৮

ব্যক্তিগত জীৱন

১৯৯৮ চনৰ ১ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰৰ খনি আৰু ভূতত্ত্ব আৰু উদ্যান শস্য মন্ত্ৰী হিচাপে কৰ্মৰত এছ এছ মল্লিকাৰ্জুন (দৱনাগেৰে দক্ষিণৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক শমানুৰু শিৱশংকৰপ্পাৰ পুত্ৰ)ৰ সৈতে তেওঁৰ বিবাহ হয়।

সমৰ্থ, শ্ৰেষ্ঠ আৰু শিৱ তেওঁলোকৰ সন্তান।৯

তথ্যসূত্ৰ

  1. ↑ (2024-06-04). Davanagere Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin. News18
  2. ↑ (2024-06-04). Davanagere election results 2024 live updates: Cong's Prabha Mallikarjun wins against IND's G B Vinay Kumar. The Times of India
  3. ↑ (2024-06-04). Davanagere, Karnataka Lok Sabha Election Results 2024 Highlights: Prabha Mallikarjun secures seat. India Today
  4. ↑ (21 March 2024). Women take on mantle of Davengere's 2 big political families. www.deccanherald.com
  5. ↑ India Today. (13 July 2024). Doctors · Healthy corps
  6. ↑ (21 March 2024). Third list of Cong candidates for Loksabha. www.inc.in
  7. ↑ ಸಚಿವ ಎಸ್‌ಎಸ್‌ ಮಲ್ಲಿಕಾರ್ಜುನ್‌ ಜನ್ಮದಿನಕ್ಕೆ ಬಾಪೂಜಿ ಆರೋಗ್ಯ ಕಾರ್ಡ್‌ ಸೇವೆ ಆರಂಭ; ಏನೆಲ್ಲಾ ಸೌಲಭ್ಯ? ನೋಂದಣಿ ಹೇಗೆ?. Vijay Karnataka
  8. ↑ K., DHNS, Nrupathunga S. Davangere MLA to vaccinate people of his constituency free of cost. Deccan Herald
  9. ↑ Meet Shamanur Shivashankarappa, India’s oldest MLA. The Week

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদলোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভা মল্লিকাৰ্জুন” প্ৰবন্ধৰ সংশোধন ৪৭৭৮০০ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।