অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পি ভি আৰ ৰাজা

পি ভি আৰ ৰাজা (PVR Raja,పివిఆర్ రాజా, பி. வி. ஆர். ராஜா) (জন্ম: জুন ১, ১৯৮৫) এজন ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু গীটাৰিষ্ট। তেওঁ মূলতঃ তেলেগু ছবিত কাম কৰি আছে। তেলেগু চুটি ছবিৰ সৰ্বাধিক স্ক'ৰ কৰাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। তেওঁ চুটি ছবিৰ ইলাইয়াৰাজা হিচাপে স্বীকৃতি লাভ কৰে।

হালনাগাদ: ২৯ ডিচেম্বৰ ২০২৪ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পি ভি আৰ ৰাজা (PVR Raja,పివిఆర్ రాజా, பி. வி. ஆர். ராஜா) (জন্ম: জুন ১, ১৯৮৫) এজন ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু গীটাৰিষ্ট। তেওঁ মূলতঃ তেলেগু ছবিত কাম কৰি আছে। তেলেগু চুটি ছবিৰ সৰ্বাধিক স্ক'ৰ কৰাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। তেওঁ চুটি ছবিৰ ইলাইয়াৰাজা হিচাপে স্বীকৃতি লাভ কৰে। তেলেগু ছবি "মাধি" আৰু "ভিটামিন শ্বি" ৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল। তেখেতে তেলেগু, হিন্দী, ইংৰাজী, তামিল আৰু কানাড়া ভাষাৰ ২৫০ খনতকৈও অধিক চুটি ছবিৰ সংগীত পৰিচালক হিচাপে কাম কৰি আহিছে। ২০১১ চনৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত গীটাৰ শাখাত অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বঁটা লাভ কৰে।১২৩৪৫৬৭৮৯১০১১

প্ৰাৰম্ভিক জীৱন

পি ভি আৰ ৰাজা পিতৃ চন্দ্ৰ শেখৰ ৰাজু, মাতৃ সত্যৱতী। তেওঁলোকৰ জন্মস্থান অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানাগৰাম জিলা।

ব্যক্তিগত জীৱন

পি ভি আৰ ৰাজা সম্পূৰ্ণ নাম পেনুমৎস ভেংকটা ৰামাৰাজু। প্ৰথম অৱস্থাত চুটি ছবিৰ সংগীত শিক্ষক আৰু সংগীত পৰিচালক হিচাপে কাম কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Happy birthday PVR Raja: From Vizianagaram to musical stardom, journey of the musician. timesofindia.indiatimes.com. Times Of India
  2. ↑ Adding life to director's vision through music. the pioneer
  3. ↑ PVR Raja: Meet the popular short film composer who's making a mark in Telugu cinema. www.ottplay.com. OTT play
  4. ↑ Hitting a high note: Telugu music composer PVR Raja to compose 100 songs in 15 Indian languages. The New Indian Express
  5. ↑ Trailblazing talent. newindianexpress. The New Indian Express
  6. ↑ 'మరో ప్రపంచం'తో వస్తోన్న ఉత్తరాంధ్ర సంగీత దర్శకుడు పీవీఆర్ రాజా. telugu.samayam.com. The Times Of India
  7. ↑ From introvert to International Book of Records. The Hans India
  8. ↑ (28 डिसेम्बर २०२१). #BehindTheCamera: Music director PVR Raja: RP Patnaik provided me with shelter and food during my struggling days. The Times of India
  9. ↑ (5 Agustus 2022). Music director PVR Raja completes a decade in the industry. The Times of India
  10. ↑ Music composed by an individual for maximum short Telugu films. indiabookofrecords.in. India Book Of Records
  11. ↑ Music is way of life for this Hyderabad-based multi-talented musician. telanganatoday.com. Telangana Today

সম্পৰ্কিত শ্ৰেণী

সংগীত পৰিচালকভাৰতীয় গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি ভি আৰ ৰাজা” প্ৰবন্ধৰ সংশোধন ৪৫৯৫১১ (২৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।