অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাত্থৰ কী মছজিদ

পাত্থৰ কি মছজিদ পাটনা চহৰৰ গংগা নদীৰ পাৰত তখ্ট শ্ৰী হৰমন্দিৰ চাহেবৰ ওচৰত আছে। জাহাংগীৰৰ পুত্ৰ পাৰভিজ মিৰ্জাই ১৬২১ চনত পাত্থৰ কি মছজিদ প্ৰতিষ্ঠা কৰে। এই গঠনটো শিলেৰে নিৰ্মিত, আৰু সেয়েহে ইয়াৰ নাম পাত্থৰ কি মছজিদ ৰখা হ’ল। ই চুলতানগঞ্জ আৰু আলমগঞ্জৰ মাজৰ অশোক ৰাজপথত অৱস্থিত।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পাত্থৰ কি মছজিদ পাটনা চহৰৰ গংগা নদীৰ পাৰত তখ্ট শ্ৰী হৰমন্দিৰ চাহেবৰ ওচৰত আছে।১ জাহাংগীৰৰ পুত্ৰ পাৰভিজ মিৰ্জাই ১৬২১ চনত পাত্থৰ কি মছজিদ প্ৰতিষ্ঠা কৰে।২ এই গঠনটো শিলেৰে নিৰ্মিত, আৰু সেয়েহে ইয়াৰ নাম পাত্থৰ কি মছজিদ ৰখা হ’ল। ই চুলতানগঞ্জ আৰু আলমগঞ্জৰ মাজৰ অশোক ৰাজপথত অৱস্থিত।৩

স্থানীয় ইছলামিক সমাজৰ মাজত পাত্থৰ কি মছজিদ অতি জনপ্ৰিয়। ধৰ্মীয় অনুষ্ঠানৰ উপৰিও এই পুৰণি মছজিদ চহৰখনৰ এক প্ৰধান কীৰ্তিচিহ্ন।৪

পাত্থৰ কী মছজিদক ছৈফ খানৰ মছজিদ, চিম্মি ঘাট মছজিদ, সাংগী মছজিদ বুলিও কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Destinations:: Patna
  2. ↑ Pathar ki Masjid
  3. ↑ (2016-06-08). इंडो-इस्लामिक कला का नमूना पत्थर की मस्जिद. Dainik Bhaskar
  4. ↑ Architecture admiration tour to Pathar ki Masjid or Saif Khan?s mosque in Bihar. www.tsiindia.com

সম্পৰ্কিত শ্ৰেণী

মছজিদঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাত্থৰ কী মছজিদ” প্ৰবন্ধৰ সংশোধন ৫৭৯২২৫ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।