পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব (ইংৰাজী: West Rahmanpur Jamalia Muktab) হল আৰবী আৰু উৰ্দু ভাষীক শিক্ষা প্ৰতিষ্ঠান।১ এই প্ৰতিষ্ঠানটো ঢেকীয়াজুলি, চক্ৰবিয়া।
ইয়াত প্ৰাথমিক শিক্ষা, সামাজিক শিক্ষা, লিখন আৰু পঠন পদ্ধতি চৰ্চিত। এই প্ৰতিষ্ঠানটো ২০০৫ চনত স্থাপিত কৰা হয়। ৰহমানপুৰ অঞ্চলখনত শিক্ষা প্ৰতিষ্ঠানৰ অভাৱত এইখন মুক্তব প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই মুক্তটো আল্লাহৰ নামত দান কৰে আল-হজ্জ জামাল উদ্দিন শ্বেখ।
তথ্যসূত্ৰ
- ↑ West_Rahmanpur_Jamalia_Muktab/ পৰা আহৰন কৰা ২০২৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব” প্ৰবন্ধৰ সংশোধন ৪৯৯৬০৭ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।