অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পশ্চিম গুৱাহাটী মহাবিদ্যালয়

পশ্চিম গুৱাহাটী মহাবিদ্যালয় (Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৭ অক্টোবৰ ২০২২ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পশ্চিম গুৱাহাটী মহাবিদ্যালয় (Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

বিভাগসমূহ

  • অসমীয়া
  • ইংৰাজী
  • ইতিহাস
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • হিন্দী
  • ভূগোল
  • বাণিজ্য
  • ব্যৱস্থাপনা
  • বিত্ত
  • পৰিসংখ্যা

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম গুৱাহাটী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৩৫৯৩৫ (২৭ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।