অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পনিয়ল

পনিয়ল (Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।

হালনাগাদ: ৫ এপ্ৰিল ২০২৩ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পনিয়ল (Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।

বিৱৰণ

পনিয়ল ফলটো সৰু গোলাকাৰ আকৃতিৰ হয়। গছজোপা কাঁইটীয়া আৰু জোপোহা। পাতবিলাক সৰু সৰু আৰু সেউজীয়া ৰঙৰ।

খাদ্যপ্ৰাণ

খাদ্যপ্ৰাণ - প্ৰতি ১০০ গ্ৰামত<ref name="গ্ৰন্থ ১" ১

প্ৰটিন৩.৬৫ গ্ৰাম
খাদ্যপ্ৰাণ 'গ'২১৭.৯৯ মিলিগ্ৰাম
কেলচিয়াম১৭৫ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'ক'২৫৪ মিলিগ্ৰাম
লৌহ পদাৰ্থ২৫০ মিলিগ্ৰাম

তথ্যসূত্ৰ

  1. ↑ ডা:চাহজাহান বৰবৰা. (২০০৬). অসমীয়া ফল. বিজ্ঞান জেউতি. পৃ. পৃষ্ঠা ২১-২২

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পনিয়ল” প্ৰবন্ধৰ সংশোধন ৩৫২৮৭১ (৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।