অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান।১ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।২

নামকৰণ

২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গোৱালপাৰা জিলাৰ আমজোঙ্গাত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এই শিক্ষানুষ্ঠানখনৰ নামকৰণ কৰা হয় দেশৰ এগৰাকী মহান চিন্তাবিদ, দাৰ্শনিক আৰু প্ৰখ্যাত সমাজবিজ্ঞানী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামেৰে।১

বিভাগ

  • অসমীয়া
  • ইংৰাজী

বিজ্ঞান

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 Feb 2022). PDUAM Amjonga Recruitment 2022 - Assistant Professor, Librarian, Job Openings www.sentinelassam.com/jobs-in-assam/assistant-pr. Sentinelassam.com
  2. ↑ Affiliated Colleges. Gauhati.ac.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগোৱালপাৰা জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬২২২১০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।