অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা

নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।

হালনাগাদ: ২২ জুলাই ২০২৬ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।১

পাঠ্যক্ৰমসমূহ

নৰ্থ কামৰূপ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত কলা শাখাৰ পাঠ্যক্ৰম আগবঢ়ায়। নৰ্থ কামৰূপ মহাবিদ্যালয় স্নাতক শাখা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনস্থ।২৩

উচ্চতৰ মাধ্যমিক

কলা শাখা

স্নাতক

কলা শাখা

মহাবিদ্যালয়ৰ সা-সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • অভিজ্ঞ শিক্ষক
  • দূৰশিক্ষা কেন্দ্ৰ (KKHSOU)
  • এন. এছ. এছ.
  • মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং, গাইডেন্স
  • খেলপথাৰ

ঠিকনা

বাঘমৰা পো.অ.:-বাঘমৰা থানা:-পাটাছাৰকুছি, জিলা:- বজালী,অসম ই.মেইল:-https://northkamrupcollege.org

তথ্যসূত্ৰ

  1. ↑ North Kamrup college Baghmara. Careers360.com
  2. ↑ NK college. Prokerala.com
  3. ↑ North Kamrup college. Helpuindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহবজালী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা” প্ৰবন্ধৰ সংশোধন ৬১৮৮২৫ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।