অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা

ভাৰতৰ মহাৰাষ্ট্ৰৰ চতুৰ্দশ শতিকাৰ এজন কবি আছিল সন্ত নিৰ্মলা। চোখামেলাৰ কনিষ্ঠ ভগ্নী হিচাপে তেওঁক ভাতৃৰ সৈতে সমানে পৱিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে তেওঁক হিন্দু সাধু বুলিও গণ্য কৰা হৈছিল। নিৰ্মলাৰ বিবাহ হৈছিল মহাৰ জাতিৰ কবি বাংকাৰ সৈতে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ মহাৰাষ্ট্ৰৰ চতুৰ্দশ শতিকাৰ এজন কবি আছিল সন্ত নিৰ্মলা। চোখামেলাৰ কনিষ্ঠ ভগ্নী হিচাপে তেওঁক ভাতৃৰ সৈতে সমানে পৱিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে তেওঁক হিন্দু সাধু বুলিও গণ্য কৰা হৈছিল।১ নিৰ্মলাৰ বিবাহ হৈছিল মহাৰ জাতিৰ কবি বাংকাৰ সৈতে।২ তেওঁৰ লেখাসমূহ মূলতঃ অভংগসমূহৰদ্বাৰা গঠিত যিয়ে জাতি ব্যৱস্থাৰ ফলত তেওঁ ভুগিবলগীয়া অন্যায় আৰু বৈষম্যৰ বৰ্ণনা কৰে।৩

নিৰ্মলাই সাংসাৰিক বিবাহিত জীৱনক লৈ অনুশোচনা কৰিছিল আৰু পান্ধৰপুৰৰ দেৱতাত নিজকে অৰ্পণ কৰিছিল। তেওঁৰ কবিতাত কেতিয়াও স্বামী বাংকাৰ কথাৰ উল্লেখ কৰা নাই।৪

তথ্যসূত্ৰ

  1. ↑ Kher, B.G. (1979). Women Saints, East & West. Vedanta. পৃ. 61–62. ISBN 0874810361
  2. ↑ Zelliot, Eleanor. (2000). Intersections: Socio-cultural Trends in Maharashtra. Orient Longman. পৃ. 190. ISBN 8125018786
  3. ↑ Ghokale-Turner, Jayashree B. (1981). Tradition and modernity in Bhakti movements. Brill. পৃ. 29. ISBN 9004063706
  4. ↑ Zelliot, Eleanor. (2008). From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. Museum Tusculanum Press. পৃ. 76–86. ISBN 978-8763507752

সম্পৰ্কিত শ্ৰেণী

সন্তকবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা” প্ৰবন্ধৰ সংশোধন ৬৩২৬৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।