সন্ত বাংকা (বাংকা১ নামেৰেও জনাজাত ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ এজন কবি আছিল।২ তেওঁ নিৰ্মলাৰ স্বামী আৰু চোখামেলাৰ ভায়েক আছিল। মেহেনপুৰীত জন্মগ্ৰহণ কৰা বাংকা মহাৰ জাতিৰ সদস্য আছিল।৩) তেওঁৰ বেছিভাগ অভংগতে তেওঁ বিত্থলক সুখ আৰু শান্তিৰে প্ৰশংসা কৰিছিল। কমেইহে তেওঁ নিজৰ নিম্নবৰ্ণৰ জন্মৰ বৰ্ণনা কৰিছিল।৪
মহাৰ জাতিৰ ভক্তি কবি সাধু হিচাপে বাংকাই অস্পৃশ্যতাৰ বিৰুদ্ধে কণ্ঠস্বৰ উত্থাপন কৰিছিল যিটো বৰ্তমানৰ দলিত সাহিত্যৰ বাবে অতি প্ৰাসংগিক।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Zelliot, Eleanor. (1976). Living Through the Blitz. Cambridge University Press. পৃ. 40. ISBN 9780002160094
- ↑ Ghokale-Turner, Jayashree B. (1981). Tradition and modernity in Bhakti movements. Brill. পৃ. 29. ISBN 9004063706
- ↑ Zelliot, Eleanor. (2000). Intersections: Socio-cultural Trends in Maharashtra. Orient Longman. পৃ. 190. ISBN 8125018786
- ↑ Zelliot, Eleanor. (2008). From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. Museum Tusculanum Press. পৃ. 76–86. ISBN 978-8763507752
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংকা” প্ৰবন্ধৰ সংশোধন ৬৩১৬৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।