নাৰী (नारी) হ'ল কাঠমাণ্ডুত অৱস্থিত ব্যক্তিগত সংবাদ মাধ্যম কোম্পানী কান্তিপুৰ পাব্লিকেশ্যনে নেপালত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ কৰা এখন মাহেকীয়া মহিলা আলোচনী৷
ইতিহাস আৰু প্ৰফাইল
আলোচনীখন ২০০২ চনত সৰ্বোত্তম নামেৰে আৰম্ভ হৈছিল। দুবছৰৰ পিছত ইয়াৰ নাম সলনি কৰি সৰ্বোত্তম নাৰী কৰা হয়। ই কান্তিপুৰ প্ৰকাশনৰ অংশ। ইয়াক নেপালী ভাষাত মাহেকীয়া হিচাপে প্ৰকাশ কৰা হয়।১২ আলোচনীখন হংকং, মালয়েছিয়া, জাপান আৰু অষ্ট্ৰেলিয়াৰ নেপালী ভাষা প্ৰব্ৰজনকাৰী লোকলৈও প্ৰকাশ কৰা হয়। উপাসনা ঘিমিৰে৩ হ'ল এই আলোচনীখনৰ সম্পাদক। এই মাহেকীয়া মহিলা আলোচনীৰ প্ৰচলন হৈছে ৮৬,০০০ কপি।
তথ্যসূত্ৰ
- ↑ Nari Magazine. Online Magazine Hub
- ↑ Nari profile. Worldwide Advertising Network
- ↑ Kantipur Media Group. Kantipur Media Group
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰী (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৬০৪২২৫ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।