দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
ইতিহাস
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩ আগষ্টত পশ্চিম খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে।১
ভূগোল
মাৱকিৰৱাট দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১,৩৪১ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সকলো গাঁৱক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে। যেনে- ৰাণীকোৰ (Ranikor) আৰু মাৱকিৰৱাট। নংষ্ট’ইনৰ Community & Rural Development Block ৰ ৱাৰ্চন লাইংডোহ (Lyngdoh) Gram Sevak Circleৰ অধীনত ১৮খন গাঁও অন্তৰ্ভুক্ত আছে।
প্ৰশাসনিক বিভাগসমূহ
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা” প্ৰবন্ধৰ সংশোধন ২৬৭৩৮১ (১২ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।