তৰণ দুৱাৰা (Tarun Duwara) হৈছে এগৰাকী অসমীয়া চিত্ৰশিল্পী।১
জন্ম আৰু বংশ পৰিচয়
১৯২১ চনৰ ডিব্ৰুগড়ত হৈছিল।
চিত্ৰ জগতলৈ অৱদান
হেমন্ত মিশ্ৰ আৰু আশো দেৱৰ দৰে কুৰি শতিকাৰ চল্লিছৰ দশকত দুৱৰাই ছবি আঁকিছিল,তেওঁ অকাঁ "শিপিনী" তথা " তাঁতশাল" ছবিয়ে দেশৰ আন ঠাইতো চিত্ৰৰসিকৰ মন আকৰ্ষণ কৰিছিল।২
মৃত্যু
১৯৯৮ চনত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰণ দুৱাৰা” প্ৰবন্ধৰ সংশোধন ৫২৭৩০৬ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।