ডোলা সেন (Dola Sen; জন্ম: ২৬ মাৰ্চ ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কৰ্মী। ২০২০ চনৰ পৰা তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTTUC)ৰ কেন্দ্ৰীয় সভানেত্ৰী।১২৩
১৯৯০ চনত কলকাতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (গণিত) সম্পূৰ্ণ কৰিছে।তেওঁৰ ঘৰ ৰাজাৰহাটৰ তেঘৰিয়াত।৪
২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে আছানছল লোকসভাৰ আসনৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিছিল।১২৫
তেওঁ পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হয়।৬৭
২০২০ চনৰ ২১ ছেপ্টেম্বৰত ডোলা সেনক আন ৭ জন সদস্যৰ সৈতে ৰাজ্যসভাত নথি-পত্ৰ ফালি, মাইক ভাঙি, টেবুলত থিয় হৈ আৰু ৰাজ্যসভাৰ উপ অধ্যক্ষক হেঁচা মাৰি ধৰি অশান্ত আচৰণ কৰাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছিল। তেওঁলোকৰ এই কাৰ্যক কেইবাজনো নেতাই নিন্দা কৰিছিল।[৮৯
তথ্যসূত্ৰ
- ↑ (2014-03-08). MIRIK · INTTUC welcomes Dola Sen as poll candidate. echoofindia.com. The Echo of India
- ↑ (2014-05-06). The Statesman: Supriyo makes it tricky for TMC, Left. thestatesman.net
- ↑ (2018-09-03). Trinamul trade union leader in assault row. The Telegraph
- ↑ Dola Sen Asansol (West Bengal). myneta.info
- ↑ (2016-03-04). Fourth Phase West Bengal Lok Sabha Poll Tomorrow. ganashakti.com
- ↑ Dola Sen - Profile. india.gov.in. ভাৰত চৰকাৰ
- ↑ (8 March 2015). Dola Sen files nomination for RS. The Hindu
- ↑ (2020-09-21). Derek O'Brien, 7 other Opposition MPs suspended over Rajya Sabha ruckus on farm bills. Zee News
- ↑ (20 September 2020). Motion seeking suspension of MPs, who intimidated deputy chair Harivansh, likely in Rajya Sabha tomorrow. BW Businessworld
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোলা সেন” প্ৰবন্ধৰ সংশোধন ৪৯১৩৩৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।