অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি এন সীমা

টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।১২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৬৩ চনৰ ১ জুনত ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিছুৰত সীমাৰ জন্ম হৈছিল।

১৯৮৬ চনৰ ২৩ ডিচেম্বৰত তেওঁ জি জয়ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া চি-ডি আই টিৰ সঞ্চালক।৩ তেওঁলোকৰ এগৰাকী কন্যা আছে।১

টি এন সীমা কেৰেলা ৰাজ্যিক সভাপতি আৰু AIDWA-ৰ ৰাষ্ট্ৰীয় উপ-সভাপতি৷ তেওঁ কেৰালাত চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য।

কৰ্মজীৱন

কেৰালাৰ কুডুম্বশ্ৰী দৰিদ্ৰতা নিৰাময় অভিযানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে মহিলাৰ মাহেকীয়া "শ্ৰীসবদম"ৰ সম্পাদিকা।.১

তেওঁ হৰিথা কেৰালাম মিছনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২০ চনত তিৰুৱনন্তপুৰমত চিপিএমৰ মেয়ৰ প্ৰাৰ্থী হিচাপে নিযুক্তি লাভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ WebPage of Dr. T.N. Seema Member Of Parliament (RAJYA SABHA)
  2. ↑ Nagarajan, Saraswathy. (3 July 2010). Catalyst of change. The Hindu
  3. ↑ TN Seema's husband appointed C-DIT director. The New Indian Express
  4. ↑ T N Seema to become CPM's mayor candidate in Thiruvananthapuram, BJP plans counter moves. Keralakaumudi Daily

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদৰাজ্যসভাৰ সাংসদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি এন সীমা” প্ৰবন্ধৰ সংশোধন ৫৩২১২৭ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।