টামলা ডু অৰুণাচল প্ৰদেশৰ মিচিমি জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ। শান্তি, একতা তথা মঙ্গল কামনাৰে উদ্যাপিত এই উৎসৱটি লোহিত জিলাৰ বসতি প্ৰধান মিচিমি জনজাতিয়ে উলহ-মালহেৰে উদযাপন কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টামলা ডু” প্ৰবন্ধৰ সংশোধন ৫২৮৫১৩ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।