অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মিচিমি জনগোষ্ঠী

মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ'ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ'ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা সকল নিপুণ শিপিনী। তেওঁলোক সাধাৰণতে কৃষিজীৱি যদিও বেপাৰ-বাণিজ্যৰ লগতো জড়িত। পূৰ্বৰে পৰা মিচিমি জনগোষ্ঠীৰ অসমৰ লগত সু-সম্পৰ্ক আছে। বেপাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল: deer –musk, বনৰীয়া ঔষধীয় গছ, জন্তুৰ ছাল, মিচিমি-তিতা (Mishimi – tita) ইত্যাদি।

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিমি জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫২৮৫২৪ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।