অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জৱাহৰলাল নেহৰু মহাবিদ্যালয়

জৱাহৰলাল নেহৰু মহাবিদ্যালয় (Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জৱাহৰলাল নেহৰু মহাবিদ্যালয় (Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

ইতিহাস

১৯৮৬ চনত জৱাহৰলাল নেহৰু মহাবিদ্যালয় স্থাপন কৰা হয়। প্ৰথমে মহাবিদ্যালয়খনৰ নাম বকো মহাবিদ্যালয় নামকৰণৰ প্ৰস্তাব ৰাখিছিল, যদিও পিছত তাক ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম প্ৰধান নেতা আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত এই মহাবিদ্যালয়খনৰ নামকৰণ কৰা হয়। বিজ্ঞান শাখা আৰম্ভ হয় ১৯৮৬ চনত। বৰ্তমান মহাবিদ্যালয়খনত স্নাতক পৰ্যায়ত কলা আৰু বিজ্ঞান দুটা শাখা আছে।২৩

বিভাগসমূহ

=== কলা === * অসমীয়া * বড়ো * ইংৰাজী * শিক্ষা * অৰ্থনীতি * বুৰঞ্জী * ৰাজনীতি * ভূগোল * নৃতত্ত্ব=== বিজ্ঞান === * গণিত * পদাৰ্থ বিজ্ঞান * ৰসায়ন বিদ্যা * উদ্ভিদ বিজ্ঞান * প্ৰাণী বিজ্ঞান

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University
  2. ↑ A Brief History of The College. Jncollegeboko.ac.in
  3. ↑ About JN College. Jncollegeboko.ac.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৱাহৰলাল নেহৰু মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১১০৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।