অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলি ঝুও

জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক। ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক।১ ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।

প্ৰাথমিক জীৱন আৰু শিক্ষা

ঝুও চাংহাইৰ। পাঁচ বছৰ বয়সত তাইৰ পৰিয়াল টেক্সাছলৈ গুচি যায়।২ তেওঁ কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰি ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩

কেৰিয়াৰ

২০০৬ চনৰ মে' মাহত ঝুও ফেচবুকত প্ৰথম ইণ্টাৰ্ণ হিচাপে যোগ দিয়ে, যিটো তেওঁৰ প্ৰথম চাকৰিও আছিল।২৪ ২৫ বছৰ বয়সত তেওঁ এগৰাকী পৰিচালক হয়।৩৫ ঝুও ফেচবুকত প্ৰডাক্ট আৰু ডিজাইনৰ উপ-সভাপতি আছিল।

তেওঁ দ্য মেকিং অৱ এ মেনেজাৰ: ৱাট টু ডু ৱেন এভ্ৰিয়ন লুকছ টু ইউ নামৰ কিতাপখন লিখিছিল।৩ গ্ৰন্থখন ২০১৯ চনত প্ৰকাশ পাইছিল।৬

ব্যক্তিগত জীৱন

ঝুওৰ তিনিটা সন্তান আছে।৭ তেওঁ আৰু তেওঁৰ স্বামী কেলিফৰ্ণিয়াত থাকে।৬

তথ্যসূত্ৰ

  1. ↑ Julie Zhuo. read.cv
  2. ↑ Bessette, Chanelle. (June 2, 2014). She's not just pushing pixels. Fortune
  3. ↑ Connley, Courtney. (2019-04-25). Facebook VP shares her top advice for getting promoted. CNBC
  4. ↑ Connley, Courtney. (April 2, 2019). 8 successful women share how they negotiated their first big raise—and the advice they'd give others looking to do the same. CNBC
  5. ↑ (2019-08-20). The Challenges (and Triumphs) of a Young Manager. Harvard Business Review
  6. ↑ Julie Zhuo. (19 March 2019). The Making of a Manager: How to Crush Your Job As the New Boss. Penguin Random House. ISBN 978-0-7535-5289-6
  7. ↑ Cain, Áine. A day in the life of an executive at Facebook, the best place to work in America. Business Insider

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিব্যৱসায়ীকম্পিউটাৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলি ঝুও” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৯৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।