জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷
গ্ৰন্থখনৰ বিষয়সমূহ
- জীৱনৰ সৌন্দৰ্য
- জ্ঞানান্বেষণ আৰু অমৰত্ব
- সপোন দেখিবও জানিব লাগে
- শিক্ষা, জ্ঞান আৰু উচ্চতৰ জীৱন
- হিংসা প্ৰতিহিংসা আৰু ৰুচিবোধ
- প্ৰেম বিশ্বাস আৰু সংশয়
- তৃপ্তি অতৃপ্তি আৰু বিষাদ
- বাৰ্ধক্যৰ বেদনা বিড়ম্বনা আৰু উপভোগ
- ঘৰুৱা পৰিৱেশ আৰু ৰুচিবোধ
- স্মৃতি বাস্তৱ আৰু বিভ্ৰম
- জীৱনক গ্ৰহণ কৰাৰ শিক্ষা
- মনুষ্যত্ব সমাজ আৰু শান্তি
- জীৱনৰ পৰা আমি কি বিচাৰোঁ
- সময় গৰল আৰু অমৃত
- দৰিদ্ৰতা জীৱনৰ অন্তৰায় নহয়
- জীৱন আৰু যৌৱন
- জীৱন কলা
- উপলব্ধিৰ সৰণিত জীৱন কলা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন কলা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২২১৪৭৬ (২১ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।