জিন্দাবাদ এটা উৰ্দু আৰু ফৰাচী শব্দ। ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱীতা কামনাৰ ক্ষেত্ৰত শ্ল'গান হিচাবে এই শব্দ ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰ মূলতঃ ৰাজনৈতিক। নামৰ পিছত জিন্দাবাদ ব্যৱহাৰ কৰি সেই নামৰ ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱন কামনা কৰা হয়।
ৰাজনৈতিক শ্ল'গান
- ইনকিলাব জিন্দাবাদ, ব্ৰিটিছ ভাৰতৰ এটি বিপ্লবী শ্ল'গান।
- হিন্দুস্থান জিন্দাবাদ, ভাৰতৰ এটি দেশাত্মবোধক শ্ল'গান।
অৰাজনৈতিক শ্ল'গান
- জীৱন জিন্দাবাদ
চলচ্চিত্ৰ
- জৱানী জিন্দাবাদ, ১৯৯০ হিন্দী
- জৱানী জিন্দাবাদ, ২০১০ পঞ্জাবী
- মজদুৰ জিন্দাবাদ, ১৯৭৬ হিন্দী
- শশুৰ ঘৰ জিন্দাবাদ, ২০১০ ওড়িয়া
- শশুৰবাড়ী জিন্দাবাদ, ২০০০ বঙালী
- শংকৰ দাদা জিন্দাবাদ, ২০০৭ তেলুগু
- স্বান্থম ভাৰ্য্যা জিন্দাবাদ, ২০১০ মালয়ালম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন্দাবাদ” প্ৰবন্ধৰ সংশোধন ৫১৩৭২৫ (৩০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।