অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিতেন মহন্ত

জিতেন মহন্ত (Jiten Mahanta) বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বৰদোৱা থান সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে ৫০ বছৰৰ বেছি যুক্ত আছিল।

হালনাগাদ: ২২ জানুৱাৰী ২০২৬ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জিতেন মহন্ত (Jiten Mahanta) বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বৰদোৱা থান সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে ৫০ বছৰৰ বেছি যুক্ত আছিল। লক্ষ্যধৰ চৌধুৰীৰ পৰিচালিত চলচ্চিত্ৰ "ভাগ্য" আৰু "গণেশ"-অত তেওঁ অভিনয় কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ (22 Januray 2026). সত্ৰাধিকাৰ, সংস্কৃতি-সাধক, সমাজকৰ্মী জিতেন মহন্তৰ বিয়োগ. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিসত্ৰাধিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিতেন মহন্ত” প্ৰবন্ধৰ সংশোধন ৫৭০৮১৫ (২২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।