অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জালুকবাৰী

জালুকবাৰী (Jalukbari) হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল য'ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জালুকবাৰী (Jalukbari) হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল য'ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।

শিক্ষানুষ্ঠান সমূহ

  1. গুৱাহাটী বিশ্ববিদ্যালয়
  2. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
  3. চৰকাৰী আয়ূৰ্বেদিক মহাবিদ্যালয়

অন্যান্য প্ৰতিষ্ঠান সমূহ

  1. অসম আৰক্ষী ৰেডিঅ' সংগঠন (এ. পি. আৰ. অ'.)
  2. আকাশবাণীৰ উচ্চ ক্ষমতা ট্ৰান্সমিটাৰ
  3. ভাৰত-তিব্বত সীমান্ত আৰক্ষী কেম্প (আই. টি. বি. পি.)

উল্লেখযোগ্য স্থান

  1. লাচিত উদ্যান
  2. ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালুকবাৰী” প্ৰবন্ধৰ সংশোধন ৪৪৯৩৮৫ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।