অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জটিলেশ্বৰ মুখোপাধ্যায়

জটিলেশ্বৰ মুখোপাধ্যায় (১৩ ডিচেম্বৰ ১৯৩৪ – ২১ ডিচেম্বৰ ২০১৭) এজন বিখ্যাত ভাৰতীয় সংগীত পৰিচালক, গায়ক আৰু গীতিকাৰ।

হালনাগাদ: ১১ জুন ২০২৫ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জটিলেশ্বৰ মুখোপাধ্যায় (১৩ ডিচেম্বৰ ১৯৩৪ – ২১ ডিচেম্বৰ ২০১৭) এজন বিখ্যাত ভাৰতীয় সংগীত পৰিচালক, গায়ক আৰু গীতিকাৰ।১

জন্ম আৰু পৰিয়ালৰ পৰিচয়

জটিলেশ্বৰ মুখোপাধ্যায়ৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৩ ডিচেম্বৰত অবিভক্ত বংগৰ চুঁচুড়াত। আঠজন ভাতৃৰ ভিতৰত জটিলেশ্বৰ মুখোপাধ্যায়ৰ আছিল সৰু। তেওঁৰ ককায়েকহেঁত বৰ ভাল গান গাইছিল। গীত গোৱাৰ আঁৰৰ প্ৰেৰণা হৈছে মাতৃ অন্নপূৰ্ণা আৰু ককায়েক কপিলেশ্বৰ মুখোপাধ্যায়।২

সঙ্গীত চৰ্চা

সতীনাথ মুখোপাধ্যায়, চিন্ময় লাহিড়ী আৰু সুধীন দাশগুপ্তৰ ওচৰত তেওঁ সঙ্গীতৰ শি‍ক্ষা গ্ৰহণ কৰিছিল।২৩

বঁটা আৰু সন্মান

২০১৩ চনত তেওঁক পশ্চিমবংগ ৰাজ্যিক সংগীত একাডেমীৰ তৰফৰ পৰা জ্ঞানপ্ৰকাশ ঘোষ পদক বঁটা প্ৰদান কৰা হয়।২ ইয়াৰ বাহিৰেও তেওঁ ‘দামু’ আৰু ‘নটী বিনোদিনী’ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছিল।৩

তেওঁৰ দ্বাৰা ৰচিত গীত

  • অথৈ সমুদ্দুৰ পেৰিয়ে এলাম
  • অনেক শহৰ গ্ৰাম ছাড়িয়ে
  • অন্তৰে শক্তিকে কমে যেতে দিও না
  • আনমনে কত কিছু লিখে
  • আমাৰ অঙ্গে জ্বলে ৰঙমশাল
  • আমাৰ মন-দোতাৰাৰ একটি তাৰ
  • আমাৰ স্বপন কিনতে পাৰে
  • আমি পথে যেতে যেতে শুনি হঠাৎ
  • আমি ফুলকে যেদিন ধৰে বেঁধে আমাৰ সাজি ভৰেছি
  • আলো ৰচনায় তুমি সূৰ্যকে হাৰ মানালে
  • এ কোন সকাল ৰাতেৰ চেয়েও অন্ধকাৰ
  • ও বাউল গেৰুয়া তো পৰেছ, একতাৰাটি ধৰেছে
  • ও মাঝিৰে ও মাঝি
  • কখনো কখনো মাটিৰ প্ৰদীপ
  • কলস কাঁখে নিয়ে দীঘিৰ ঘাটে এলেই
  • কাঁদে গো শচীমাতা নিমাই নিমাই
  • কি কখন বলে বাঁশি
  • কেউ বলে ফাল্গুন, কেউ বলে পলাশেৰ মাস
  • কোনো ভোৰেৰ পাখি কখনো কি বলবে
  • কোনো হাতে মানায় কাঁকন কোনো হাতে বাজুবন্ধ
  • চঞ্চল তোৰ ওই পাখাতে
  • ছড়িয়ে ৰয়েছ কেন
  • তোমাৰ সঙ্গে দেখা না হলে
  • পৃথিবীৰ যেখানে যত খাঁচাৰ পাখি
  • ফুলেৰ ঘায়ে মূৰ্ছা গেছে ফুলেৰ দেশেৰ ৰাজকুমাৰী
  • বধূয়া আমাৰ চোখে জলে এনেছে
  • বৰ্ণচোৰা প্ৰজাপতি ৰে
  • বাঁশিটাৰ একটাই দোষ বলে ৰাধা ৰাধা
  • বাৰমাসেৰ জ্বালায় আমি হায়ৰে জ্বালাতন
  • মনেৰ নাগাল পাবো না জেনেও
  • মোহনবাঁশি বাজে
  • যতই বল তোমায় আমি ভুলছি না

তথ্যসূত্ৰ

  1. ↑ (২১ ডিসেম্বৰ ২০১৭). প্ৰয়াত কিংবদন্তীৰ সঙ্গীতশিল্পি জটিলেশ্বৰ মুখপাধ্যায়
  2. ↑ (২১ ডিসেম্বৰ ২০১৭). প্ৰয়াত প্ৰখ্যাত সঙ্গীতশিল্পী জটিলেশ্বৰ মুখোপাধ্যায়
  3. ↑ (২১ ডিসেম্বৰ ২০১৭). চলে গেলেন জটিলেশ্বৰ মুখোপাধ্যায়

সম্পৰ্কিত শ্ৰেণী

বঙালী কণ্ঠশিল্পীবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জটিলেশ্বৰ মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫১৬৯৬৬ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।