চিটাডেল: হানি বানি (Citadel: Honey Bunny) হৈছে চোৰাংচোৱা একচন থ্ৰিলাৰধৰ্মী এখন আগন্তুক ভাৰতীয় টিভি ধাৰাবাহিক। ই আমেৰিকান টিভি ধাৰাবাহিক চিটাডেলৰ এটি স্পিন-অফ। ধাৰাবাহিকখনৰ নিৰ্মাণ, ৰচনা তথা পৰিচালনা কৰিছে ৰাজ এণ্ড ডিকে আৰু সীতা আৰ. মেননে। ধাৰাবাহিকখনত অভিনয় কৰিছে বৰুণ ধৱন, সামান্থা ৰুথ প্ৰভু, চিকন্দৰ খেৰ, কে কে মেনন, চাকিব চেলীম আৰু এম্মা কেনিঙে৷১
কলা-কুশলী
- বৰুণ ধৱন - ৰাহী "বানি" গম্ভীৰ
- সামান্থা ৰুথ প্ৰভু - হানি
- কে কে মেনন
- ছিমৰণ
- সোহম মজুমদাৰ
- শিৱংকিত সিং পৰিহাৰ
- কাশৱী মাজমুন্দৰ
- চাকিব চেলীম
- চিকন্দৰ খেৰ
- এম্মা কেনিং - ডালিয়া আৰ্চাৰ
উৎপাদন
ঘোষণা
২০২২ চনৰ ডিচেম্বৰ মাহত এণ্টনি ৰুছ’ আৰু জো ৰুছ’ই চিটাডেলৰ এটি ভাৰতীয় স্পিন অফৰ কথা ঘোষণা কৰে।২
কলা-কুশলী নিৰ্বাচন
বৰুণ ধৱন আৰু সামান্থা ৰুথ প্ৰভুৱে ক্ৰমে হানি আৰু বানিৰ চৰিত্ৰত ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩
চিত্ৰগ্ৰহণ
২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।৪ ছাৰ্বিয়া আৰু ভাৰতত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।৫ ২০২৩ চনৰ ১৩ জুলাইত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে।৬
তথ্যসূত্ৰ
- ↑ (30 January 2024). Raj Nidimoru and Krishna DK drop photos with Citadel team, Varun Dhawan and Samantha Ruth Prabhu; spark speculations about a teaser. বলিউড হাংগামা
- ↑ White, Peter. (20 December 2022). 'Citadel': Varun Dhawan To Star In Indian Series Set In Amazon Franchise. Deadline
- ↑ Ramachandran, Naman. (19 March 2024). Varun Dhawan, Samatha Ruth Prabhu's Indian Version of Russo Brothers Prime Video 'Citadel' Series Sets Title, Reveals Cast (EXCLUSIVE). Variety
- ↑ (20 December 2022). Russo Brothers announce Varun Dhawan as the lead of Citadel in India; shooting begins in January 2023: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
- ↑ Rajput, Priyanca. (27 June 2023). Varun Dhawan's debut series Citadel to shoot in Serbia for Prime Video. KFTV
- ↑ Chowdhury, Madhumanti Pait. (13 July 2023). Samantha Ruth Prabhu Wraps Citadel: "The Family I Didn't Know I Needed". NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিটাডেল: হানি বানি” প্ৰবন্ধৰ সংশোধন ৪৬৪৭৯৬ (১৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।