চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় শোণিতপুৰ জিলাৰ শিৱ মহকুমাৰ অন্তৰ্গত। এই বিদ্যালয় ১৯৪১ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়ৰ মুখপত্ৰখনৰ নাম "জাগৰণ"।১
ইতিহাস
(বিশ্বনাথ ৰায়ত সভাৰ কামাখ্যা প্ৰসাদ ত্ৰিপাঠীৰ সভাপতিত্বত ১৭/০২/১৯৪১ তাৰিখে বহা অধিৱেশনৰ প্ৰস্তাৱ অনুসৰি গঠিত) যজ্ঞেশ্বৰ বৰঠাকুৰ, চন্দ্ৰ কান্ত বৰুৱা (মৌজাদাৰ), ভুধৰ শৰ্মা ফুকন, থানেশ্বৰ ভাগৱতী, কুঞ্জনাথ হাজৰিকা, মোহন চন্দ্ৰ শৰ্মা, কমিনাথ শইকীয়া, দেহিৰাম ভূঞা(মৌজাদাৰ), জীৱন চন্দ্ৰ বৰুৱা, হৰনাথ হাজৰিকা, জ্বালা প্ৰসাদ আগৰৱালা, মাণিক চন্দ্ৰ বৰা, দেৱেশ্বৰ দাস নবীন চন্দ্ৰ ভট্টাচাৰ্য্য-সম্পাদক
এই স্কুল কমিটিখনে প্ৰস্তুতি কমিটি হিচাপে হাইস্কুল স্থাপনৰ যাৱতীয় আঁচনি আৰু নীতি-নিৰ্দেশনা প্ৰস্তুত কৰে। ইয়াৰ পিছত এই কমিটিখনকে সম্প্ৰসাৰিত কৰি বিভিন্ন সময়ত হাইস্কুল কমিটি গঠন কৰা হয়।২
প্ৰধান শিক্ষক/অধ্যক্ষ
বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক আৰু অধ্যক্ষ সকল:
- ৰমেশ শৰ্মা, বি.এ(প্ৰধান শিক্ষক)
- মনমোহন বৰা, বি.এ.(প্ৰধান শিক্ষক)
- লক্ষীধৰ বৰুৱা,বি.এ.(প্ৰধান শিক্ষক)
- মনমোহন বৰা,বি.এ.(অধ্যক্ষ)
- কল্যান কুমাৰ দেউৰী ভড়ালী,এম.এ,বি.টি.(অধ্যক্ষ)
- তিলক চন্দ্ৰ শৰ্মা,বি.এ,বি.টি.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- বিদ্যালয় সমুহৰ পৰিদৰ্শক/উপ পৰিদৰ্শক মহোদয়(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- সোনাৰাম ভূঞা, এম.এচ.চি.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- যোগেন চন্দ্ৰ শৰ্মা,বি.এচ.চি,এম.এ.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- সদানন্দ দাহাল,এম.এ.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- যোগেশ্বৰ বৰা,এম.এচ.চি.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- লক্ষীপ্ৰভা শৰ্মা,এম.এ.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- ব্ৰিজলাল শৰ্মা,বি.এ,বি.এড.(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- বিদ্যালয় সমুহৰ পৰিদৰ্শক মহোদয়(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- ব্ৰিজলাল শৰ্মা, বি.এ, বি.এড(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
- সত্যেন্দ্ৰ হাজৰিকা এম.এ, বি.এড(ভাৰপ্ৰাপ্ত অধ্যক্ষ)
বৰ্তমান কৰ্মৰত শিক্ষক-কৰ্মচাৰী সকল
বিষয় শিক্ষক
- সৰ্ব্ব শ্ৰী বিষ্ণু উপাধ্যায় ( ইংৰাজী)
- গদাধৰ শৰ্মা (ৰসায়ন বিজ্ঞান)
- ড৹ক্ষেমৰাজ নেপাল(সংস্কৃত)
- দ্বিজেন চন্দ্ৰ হাজৰিকা (জীৱ বিজ্ঞান)
- লক্ষী প্ৰভা শৰ্মা(অসমীয়া)
- স্বপ্না বৰা দাস( ইংৰাজী)
- শশীপ্ৰভা বৰা (পদাৰ্থ বিজ্ঞান)
- দ্বিজেনমহন্ত(অৰ্থবিজ্ঞান)
- সত্যেন্দ্ৰ হাজৰিকা(বুৰঞ্জী)
- অসিম বৰা (ভূগোল)
সহকাৰী শিক্ষক
- লাৱন্য হাজৰিকা
- সৰস্বতী হাজৰিকা
- দিলীপ কুমাৰ ভূঞাঁ
- প্ৰদীপ বাঢ়ৈ
- দুৰ্গেশ্বৰ ওজা
- পাৰুল বৰা
- ৰূপালী শইকীয়া
- ৰাতুল শৰ্মা
- মঞ্জুদেৱী শৰ্মা
- ম: নৌচাদ আহমেদ
- ৰণ্টু শৰ্মা
- সন্ধ্যা ছেত্ৰী
- বৰুণ কুমাৰ বৰা
- জয়ন্ত শৰ্মা
- ৰূপাৰাণী হাজৰিকা
- পবিত্ৰ শইকীয়া
- যামিনী বাঢ়ৈ
- জীতেন শইকীয়া
উচ্চবৰ্গ সহায়ক:
- বুধীন্দ্ৰ শৰ্মা
- বৰ্নালী বৰা
চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী:
- শ্ৰীযজ্ঞেশ্বৰ দাস
- শ্ৰীবীৰেন বড়ো
- শ্ৰীমুকুন্দ ভড়ালী
- শ্ৰীমুকুন্দ বৰা
- শ্ৰীভুৱন কোঁচ
- শ্ৰীদুৰ্গা গিৰী(নৈশ চকীদাৰ)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪০৩০১৩ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।