বিশ্বনাথ
৫ প্ৰবন্ধ
-
বিশ্বনাথ চাৰিআলি
বিশ্বনাথ চাৰিআলি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উল্লেখযোগ্য নগৰ আৰু বিশ্বনাথ জিলাৰ সদৰ। চাহ-বাগিচা কেন্দ্ৰিক অৰ্থনীতি, ব্ৰহ্মপুত্ৰীয় জলপথ-সম্পৰ্কিত ঐতিহাসিক ঘাট, আৰু শিক্ষাদান-সাংস্কৃতিক পৰিসৰৰ বাবে এই নগৰখন বিশেষ গুৰুত্ব লাভ কৰিছে।
-
বিশ্বনাথ মহাবিদ্যালয়
বিশ্বনাথ মহাবিদ্যালয় বিশ্বনাথ জিলাৰ লগতে উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৷ ২০১০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে দাঁতিকাষৰীয়া শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
-
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত। এই বিদ্যালয় ১৯৪১ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়ৰ মুখপত্ৰখনৰ নাম "জাগৰণ"।
-
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়
শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত।
-
বীণাপাণি নাট্য সমাজ
চাৰিআলি বীণাপাণি নাট্য সমাজ বিশ্বনাথ চাৰিআলিৰ এটা সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু ক্ৰীড়া জগতত এই অনুষ্ঠানটিয়ে অগ্ৰণী ভুমিকা লৈ আহিছে।