চানৰা ভানু দেৱী (Chanra Bhanu Devi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ বছৰতে তেওঁ জন্ম হৈছিল৷ তেওঁৰ জন্মস্থান আছিল বিহাৰৰ বেগুচৰাই৷ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বিহাৰৰ বালিয়াৰ পৰা দেশৰ লোকসভালৈ প্ৰতিনিধিত্ব কৰে৷ তেওঁ ১৯৮৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল৷১২৩
তথ্যসূত্ৰ
- ↑ India. Parliament. Lok Sabha. (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃ. 129
- ↑ India. Parliament. House of the People; India. Parliament. Lok Sabha. (26 February 2009). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 1
- ↑ India. Parliament. Joint Committee on Offices of Profit. (1991). Report - Joint Committee on Offices of Profit. Lok Sabha Secretariat. পৃ. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চানৰা ভানু দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৪৭৯৫ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।