অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গ্ৰেগৰী ক'ৰ্ছ'

গ্ৰেগৰী ক'ৰ্ছ (Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্‌ আন্দোলনৰ লগত জড়িত আছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

গ্ৰেগৰী ক'ৰ্ছ (Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্‌ আন্দোলনৰ লগত জড়িত আছিল।

সাহিত্যকৃতি

  • দি ভেচটাল লেডি এণ্ড আডাৰ পয়েম্‌ছ
  • দি হাং আপ এজ
  • গেছ'লিন
  • ব'ম্ব
  • দ্য হেপী বাৰ্থডে' অৱ ডে'থ্‌
  • মিনিট্‌ছ টু গ'
  • দি আমেৰিকান এক্সপ্ৰেছ
  • লং লিভ মেন
  • দেয়াৰ ইজ য়েট টাইম টু ৰান বেক থ্ৰু লাইফ এণ্ড এক্সপিয়েট অল ডেট্‌ছ বিন চেড্‌লি ডান
  • এলেজিয়াক ফিলিংছ আমেৰিকান
  • দি নাইট লাষ্ট নাইট ৱাজ এট ইট্‌ছ নাইটেষ্ট
  • আৰ্থ এ'গ্‌
  • ৰাইটিংস ফ্ৰম অক্স
  • হেৰাল্ড অফ দি অটোকটনিক স্পিৰিট
  • মাইণ্ড ফিল্ড
  • মাইণ্ড ফিল্ড:নিউ এণ্ড চিলেক্‌টেড পয়েম্‌ছ

তথ্য সংগ্ৰহ

  • ব্ৰুছ কুক: দি বিট্‌ জেনেৰেচন ( ১৯৭১ )
  • টেড মৰ্গান: লিটেৰাৰি আউটল
  • ক্যাৰোলিন গ্যাজাৰ: গ্ৰেগৰী ক'ৰ্ছ ( ১৯৬১ )
  • এন_ চাৰ্টাৰ্ছ: দি প'ৰ্টেবল বিট্‌ ৰিডাৰ ( ১৯৯২ )

লগতে চাওক

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কবিসাহিত্য আন্দোলনআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেগৰী ক'ৰ্ছ'” প্ৰবন্ধৰ সংশোধন ৩৮৫০১৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।