অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গোৱাৰীয়া ভাষা

গোৱাৰীয়া এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজাস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা প্ৰায় ২৫০০০ লোকে কয়, মুখ্যতঃ পাকিস্তানৰ সিন্ধ প্ৰান্তত। তেওঁলোক মুখ্যতঃ হিন্দু ধৰ্মাৱলম্বী।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৩ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গোৱাৰীয়া এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজাস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত।১ এই ভাষা প্ৰায় ২৫০০০ লোকে কয়, মুখ্যতঃ পাকিস্তানৰ সিন্ধ প্ৰান্তত। তেওঁলোক মুখ্যতঃ হিন্দু ধৰ্মাৱলম্বী।

তথ্যসূত্ৰ

  1. ↑ Goaria at Ethnologue (18th ed., 2015)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱাৰীয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৩৫৫৩৮৩ (২৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।