ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত। বিজ্ঞান আৰু কলা শাখাৰ পাঠদানৰ সুবিধা থকা এই মহাবিদ্যালয় খন দাতিকাষৰীয়া মিংমাং, নলবাৰী, বৰদৈবাম, চাউলধোৱা আদি ঠাইৰ বাবে উচ্চ-শিক্ষাৰ মূল কেন্দ্ৰ। ২০০৬ চনত ৰূপালী- জয়ন্তী বৰ্ষ পালন কৰা এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।
শৈক্ষিক
পাঠ্যক্ৰম সমূহ
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)১
- স্নাতক (কলা আৰু বিজ্ঞান)
কলা:
- অসমীয়া
- ইংৰাজী
- অৰ্থনীতি
- ৰাজনীতি বিজ্ঞান
- শিক্ষা
- সমাজ শাস্ত্ৰ
- বুৰঞ্জী
- হিন্দী
বাণিজ্য:
- একাউণ্টিং আৰু ফাইনেন্স
- হিউমেন ৰিছ'ৰ্ছ মেনেজমেন্ট
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোগামুখ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৭০২৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।